elodelongated

elongate glassy perchlet (English) [ IPA: ɪˈlɔŋˌgeɪt ˈglæsiː [perchlet] ASM: ইলংগেট গ্লাচি [পাৰ্চ]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-03-12
1. (Proper Noun-Common) freshwater fish found in South Asia and Myanmar which feeds on mosquito larva and worms. দক্ষিণ এছিয়া আৰু ম্যানমাৰত উপলভ্য এবিধ নিৰ্মল পানীৰ মাছ, যি মহৰ পলু আৰু আন পলু খাই জীয়াই থাকে।